মানস পুত্ৰমানসচিত্ৰ

মানস সৰোবৰ (Assamese) [ Roman: ma.nox xo.ro`.bor]
Contributed by: Partha P Sarmah on 2010-11-24
1. Lake(Proper Noun-Neuter) the highest fresh water lake in the world at 4,566 mt. above the sea level on the Himalayas. গোলাকাৰ আকৃতিৰে প্ৰায় ৩২০ বৰ্গকিলোমিটাৰ ঠাই আগুৰি, ৯০ মিটাৰ গভীৰতাৰে সাগৰপৃষ্ঠৰ পৰা ৪,৫৫৬ মিটাৰ উচ্চতাত, হিমালয় পৰ্বতত (চীন দেশৰ তিৰ্বত স্বায়ত্বশাসিত অঞ্চলত)থকা পৃথিৱীৰ সৰ্বোচ্চ্ সতেজ পানীৰ হ্ৰদ৷ শীত কালত ইয়াৰ পানী গোট মাৰে৷ চুটলেজ নদীৰ উৎস৷ ব্ৰহ্মপুত্ৰ, গংগা আদি নদীৰ উৎসও ইয়াৰ ওচৰে পাজৰে৷ ইয়াৰে সৈতে হিন্দু ধৰ্মীয় বিশ্বাস জড়িত আছে৷ ভাৰত চৰকাৰৰ সৌজন্যত মানস সৰোবৰ ভ্ৰমণ কৰাৰ সুবিধা আছে৷